Home > Poem > Hope

বৰষুণ

By বেণুধৰ ৰাভা | Category :: Poem

ৰিম জিম ৰিম জিম

বাৰিষাৰ বৰষুণ

চিকমিক চিকমিক

মাৰে বিজুলি____


হুৰ হুৰ হুৰ হুৰ

পাহাৰৰ পানী নামি

ভৰি গল পথাৰ খনি

চাৰিওফালে কেৱল পানী__!

✍বেণুধৰ ৰাভা
গাওঁ-মজেবাৰী,কামৰূপ
(বহুতো পূৰণি কবিতা )

By বেণুধৰ ৰাভা | Oct 14, 2016 | Category > Poem >Hope | Comments | Views 2202

 
Comments
 

Read More Related Poems

 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
 
Poem :: RISE UP
 
 
 
 
Poem :: hope