মনে বিছাৰে নিৰৱতা

By বেণুধৰ ৰাভা | Category :: Poem

মোৰ মনে
বিছাৰে
এক
নিৰৱতা___
যি
নিৰৱতাত
থাকে
প্ৰেমৰ
শলিতা

সেই___
শলিতা
কেৱল
তাইহে
জলাই
যিজনীয়ে
মোৰ
হৃদয়
প্ৰেমেৰে
বলাই__
✍বেণুধৰ ৰাভা
বিকালী মহাবিদ্যালয়,ধূপধৰা

By বেণুধৰ ৰাভা | Oct 14, 2016 | Category > Poem >Love / Romance | Comments | Views 2281

 
Comments
 

Read More Related Poems