Home > Poem > Sad

বেদনা

By Bikash Kalita | Category :: Poem

যেতিয়া হাঁহিব বিচাৰো

তেতিয়া কোনো বিষয় বিচাৰি নাপাও

কিহৰ বাবে হাঁহিম ।

প্রেমৰ জুই কেনেকৈ বাৰু নুমাব,

প্রেম বাৰু ইমান কিয় বিশাক্ত হয় ।

এই বিশাক্ত বেদনা পোৱাৰ বাবে

কাৰোবাক ভাল

পাইছিলো নেকি.......???

কিয় বাৰু বুজি নাপায় ছোৱালী বোৰে

কিহৰ বাবে ইমান ভাল পাইছিল,

কিয় ইমান মৰম দিছিলে

যাক এতিয়া ও পাহৰিব পৰা নাই

এই বিশাক্ত বেদনা লৈ

এতিয়াও জীয়াই আছো

তোমাৰ আশাত.।
--------------------------------------------------------
বিকাশ কলিতা
arambhani.com/?q=node/209
http://www.arambhani.com

By Bikash Kalita | Jan 9, 2014 | Category > Poem >Sad | Comments | Views 2593

 
Comments
 

Read More Related Poems

 
 
 
 
Poem :: Yesterday
 
 
 
 
 
 
 
 
 
 
Poem :: Leaving.
 
 
 
 
 
 
 
Poem :: A Tragedy
 
 
 
Poem :: Dad